তাইৱানৰ নতুন ৰাষ্ট্ৰপতি হ'ল William Lai(উইলিয়াম লাই)
লাই চাং তে য়ে তাইৱান ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত DEMOCRATIC PROGRASSIVE PARTY(DPP) ৰ পৰা জয়লাভ কৰে ।
° উইলিয়াম লাই ক লাই চাং তে বুলিও জনা জাই ।
° চাইনাই তেখেতক ভোট দিয়াত ভাবুকি প্ৰদান কৰা পিচতো বৃহত জয়লাভ ।
° লাই চাং তে য়ে তাইৱান ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত DEMOCRATIC PROGRASSIVE PARTY(DPP) ৰ পৰা জয়লাভ কৰে ।
° DPP য়ে সৰ্বমুঠ ভোটৰ ৪০% ত কৈও অধিক ভোটত বিজয় সাব্যস্থ কৰে ।
° TAIWAN'S OPPOSITION KUOMINTANG(KMT) পাৰ্টিৰ প্ৰাৰ্থী Hou yu ih য়ে ৩৩,৪৯% ভোট লাভ কৰে SWACHH SURVEKSHAN ২০২৩ ৰ মতে ভাৰতৰ লেতেৰা চহৰৰ ভিতৰত গুৱাহাটীৰ স্থান ৪০২ নম্বৰত ।
° Swachh Survekshan ২০২৩ ৰ মতে গুৱাহাটী সকলোতকৈ কম চাফা চহৰ হিচাপে পৰিগণিত হৈছে ।
° ৪৪৬ স্থানৰ ভিতৰত গুৱাহাটী চহৰে ৪০২ স্থান লাভ কৰে ।
° বৃহস্পতিবাৰে Union Housing And Urban Affairs য়ে ইয়াৰ ফলাফল ঘোষণা কৰে ।
° উল্লেখযোগ্য যে ২০২২ বৰ্ষত ৩৪২ স্থান আৰু ২০২১ বৰ্ষত ৩১২ স্থান লাভ কৰিছিল ।
What's Your Reaction?