স্ৱাভিমান NGO ৰ উদ্দ্যোগত মহানগৰৰ বোন্দাত ভোগালী মেলাৰ আয়োজন

মহানগৰীৰ নাৰেজ্ঞীস্থিত বোন্দাত স্ৱাভিমান NGO ৰ উদ্যোগত ১১,১২ আৰু ১৩ জানুৱাৰীত অনুস্থিত হয় ভোগালী মেলা।

TOGTOG
Jan 14, 2024 - 16:24
 0  4
স্ৱাভিমান NGO ৰ উদ্দ্যোগত মহানগৰৰ বোন্দাত ভোগালী মেলাৰ আয়োজন

মহানগৰীৰ নাৰেজ্ঞীস্থিত বোন্দাত স্ৱাভিমান NGO ৰ উদ্যোগত ১১,১২ আৰু ১৩ জানুৱাৰীত অনুস্থিত হয় ভোগালী মেলা।
এই ভোগালী মেলাৰ উদ্যোগতা  ড° বৰ্ণালী দাস , সাংস্কৃতিক সংম্পাদিকা ববিতা পাঠক ৰ সাৎক্ষাতকাৰত টাইমচ অব গুৱাহাটীলৈ ধন্যবাদ জনোৱাৰ লগতে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্চা জনাই।
স্ৱাভিমান NGO ৰ দ্বাৰা প্ৰথম বাৰৰ বাবে এইবাৰ  সমূহীয়াকৈ ভোগালী মেলাৰ আয়োজন কৰে আৰু লগতে তেওঁ‌লোকক সেৱাআগবঢ়োৱা মহানগৰ আৰক্ষী, যান-বাহন আৰক্ষী, বৈদ্যুতিক বিভাগ, অগ্নিনিৰ্বাপক বাহিনী ক ধন্যবাদ জনাই

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

TOG Welcome to Times of Guwahati (TOG), a premier news portal and YouTube channel based in Guwahati, Assam, India. TOG is committed to providing the latest and most accurate news and information from Guwahati and beyond. Our team of experienced journalists and writers work tirelessly to bring you breaking news, exclusive interviews, insightful analysis, and thought-provoking opinion pieces. We understand the importance of responsible journalism, and we strive to maintain the highest standards of accuracy, fairness, and impartiality in our reporting. We are dedicated to providing a platform for all voices to be heard, and we encourage civil discourse and respectful dialogue. At TOG, we take our responsibility to our readers and viewers very seriously. We believe that an informed citizenry is essential to a healthy democracy, and we are committed to providing the information that you need to make informed decisions. Thank you for visiting TOG, and we hope that you will continue to turn to us for your news and information needs.