STATUE OF UNITY (একতাৰ মূৰ্তি)
বিশ্বৰ সবাতোকৈ ওখ মূৰ্তি (Statue) Statue Of Unity ১৮২ মিটাৰ(৫৯৭ ফুট) ওখ ভাৰতৰ গুজৰাটৰ Kevadia(কেভাদিয়া) ত অৱস্থিত স্ৱাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপ-প্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্ৱাধীনতা সংগ্ৰামী নেতা চৰ্দাৰ ব্ল্লভ ভাই পেটেললৈ উচৰ্গিত স্মিতিসৌধ।
বিশ্বৰ সবাতোকৈ ওখ মূৰ্তি (Statue) Statue Of Unity ১৮২ মিটাৰ(৫৯৭ ফুট) ওখ ভাৰতৰ গুজৰাটৰ Kevadia(কেভাদিয়া) ত অৱস্থিত স্ৱাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপ-প্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্ৱাধীনতা সংগ্ৰামী নেতা চৰ্দাৰ ব্ল্লভ ভাই পেটেললৈ উচৰ্গিত স্মিতিসৌধ। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থাকোতেই ২০১০ চনত এইটো প্ৰকল্প ঘোষণা কৰা হৈচিল। Larsen & Tourbo(লাৰ্চন এন্দ টাৰৱো) নামৰ ভাৰতৰ কোম্পানী এটাক এই নিৰ্মাণৰ দ্বায়িত্ব দিয়া হৈচিল। ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা এই কোম্পানীটোৱে প্ৰকল্পটোৰ কাম আৰম্ভ কৰে, প্ৰকল্পটোত ব্যয় হয় প্ৰায় ২৭ বিলিয়ন। ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মবাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুস্থানিক ভাৱে এই মূৰ্তিটো মুকলি কৰে।
চৰ্দাৰ বল্লবভাই পেটেলে স্বাধীনতাৰ পিচত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য ভাৰতৰ লগত অন্তৰ্ভূক্ত কৰিবলৈ যতপাৰোচিত চেস্তা কৰিচিল। সকলোকে একতাৰ দোলেৰে বান্ধি ভাৰতৰ ঐক্য স্থাপনৰ বাবে এই মূৰ্তিৰ নাম "STATUE OF UNITY " ৰখা হৈচে ।
What's Your Reaction?