ঘন কুৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগৰ বিমান পালেগৈ ঢাকা

শনিবাৰে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া বিমান ঘন কুৱলীৰ ফলত বাংলাদেশৰ ঢাকাত অৱতৰণ কৰিবলগীয়া হয়

TOGTOG
Jan 13, 2024 - 12:49
 0  4
ঘন কুৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগৰ বিমান পালেগৈ ঢাকা

  • এতিয়া প্ৰচণ্ড শীত যাৰ বাবে চাৰিওফালে চালি ধৰিচে ঘন কুৱলীয়ে
  • কেইদিনমানৰ পৰা গুৱাহাটীটো ঘন কুৱলী পৰা দেখা গৈচে
  • উত্তৰ প্ৰদেশ, দিল্লী আদি ভালেমান ৰাজ্যত ঘন কুৱলীৰ ফলত বিমান আৰু ট্ৰেইন চলাচল বাতিল হোৱা দেখা গৈচে
  • শনিবাৰে গুৱাহাটীত অৱতৰণ কৰিবলগীয়া বিমান ঘন কুৱলীৰ ফলত বাংলাদেশৰ ঢাকাত অৱতৰণ কৰিবলগীয়া হয়
    *  উল্লেখযোগ্য যে বিমানখ্ন মুম্বাইৰ পৰা ৰাওনা হৈচিল
  • কংগ্ৰেছ নেতা সূৰয সিং ঠাকুৰ উক্ত বিমানখনত আচিল, তেওঁ‌ মনিপুৰত হবলগীয়া কংগ্ৰেছ ন্যায় যাত্ৰাত অংশ লবলৈ মুম্বাইৰ পৰা আহিচিল

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

TOG Welcome to Times of Guwahati (TOG), a premier news portal and YouTube channel based in Guwahati, Assam, India. TOG is committed to providing the latest and most accurate news and information from Guwahati and beyond. Our team of experienced journalists and writers work tirelessly to bring you breaking news, exclusive interviews, insightful analysis, and thought-provoking opinion pieces. We understand the importance of responsible journalism, and we strive to maintain the highest standards of accuracy, fairness, and impartiality in our reporting. We are dedicated to providing a platform for all voices to be heard, and we encourage civil discourse and respectful dialogue. At TOG, we take our responsibility to our readers and viewers very seriously. We believe that an informed citizenry is essential to a healthy democracy, and we are committed to providing the information that you need to make informed decisions. Thank you for visiting TOG, and we hope that you will continue to turn to us for your news and information needs.