বিশ্বৰ সবাতোকৈ দীঘল "ৰেলৱে প্লেটফৰ্ম" প্ৰধানমন্ত্রী মোদীয়ে কৰ্ণাটকৰ হুব্বালী ত উদ্বোধন কৰে
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্রী প্ৰহ্লাদ যোশী ৰ উপস্থিতিত কৰ্ণাটকৰ হুব্বাল্লিত ১.৫ কি:মি: দৈৰ্ঘ্য Sri Siddhaaroodha Railway Station উদ্বোধন কৰে আৰু লগতে বিশ্বৰ সবাতোকৈ দৈৰ্ঘ্য ৰেলৱে প্লেটফৰ্ম হিচাপে পৰিগনিত হয় এই ৰেল আস্থান টো।

South Western Railway Zones Hubbali বৰ্ত্তমান বিশ্বৰ সবাতোকৈ দীঘল ৰেলৱে প্লেটফৰ্ম হিচাপে Guinness Book Of World Records ত স্বীকৃতি লাভ কৰিছে।
এই দীঘল ৰেলৱে প্লেটফৰ্মখনে Hubbali আৰু Dharwad অঞ্চলৰ পৰিবহণৰ আৱশ্যকীয়তা পূৰণ কৰিব আৰু লগতে এই অঞ্চলৰ কৰ্মক্ষম ক্ষমতা বৃদ্ধি কৰিব তদুপৰি দুয়োতা দিশৰ পৰা ৰেল সঞ্চালনৰ ক্ষেত্রত সক্ষম হব।
অন্যহাতে উত্তৰ প্ৰদেশৰ Gorakhpur Platform য়ে ১.৩ কি:মি: দৈৰ্ঘ্যৰে দ্বিতীয় আৰু Kerela ৰ Kollam Junction Railway Platform য়ে ১.১ কি:মি দৈৰ্ঘ্যৰে তৃতীয় দীঘল ৰেলৱে প্লেটফৰ্ম হিচাপে স্থান দখল কৰে।
ইয়াৰ লগতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মদীয়ে ১১৮কি:মি: দৈৰ্ঘ্যৰ Bengaluru -Mysuru Expressway উদঘাটন কৰে।এইটো পৰিকল্পনাৰ দ্বাৰা এই অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্রত অৰিহণা যোগাব বুলি প্ৰত্যাশিত কৰা হৈছে।
এই নতুন পৰিকল্পনাটোৰ বাবে ৮,৪৮০ কৌটি টকা ব্যয় কৰা হৈছে আৰু চহৰৰ মাজৰ দূৰত্ব ৩ ঘন্টাৰ পৰা ৭৫ মিনিটলৈ সময় হ্ৰাস কৰিবলৈ সক্ষম হ'ব।
What's Your Reaction?