এছিয়াৰ ভিতৰত প্ৰথম মহিলা Loco Pilot সুৰেখা যাদৱ
সুৰেখা যাদৱ ( Surekha Yadav ) হৈছে ভাৰতৰ সাতাৰা জিলাৰ মহাৰাষ্ট্ৰৰ বাসিন্দা আৰু বৰ্তমান ভাৰতীয় ৰেল বিভাগৰ এগৰাকী কৰ্মমচাৰী ।
Surekha Yadav is the first female Loco Pilot in Asia
সুৰেখা যাদৱ ( Surekha Yadav ) হৈছে ভাৰতৰ সাতাৰা জিলাৰ মহাৰাষ্ট্ৰৰ বাসিন্দা আৰু বৰ্তমান ভাৰতীয় ৰেল বিভাগৰ এগৰাকী কৰ্মমচাৰী । তেখেতে আজিলৈকে বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছে ।
Semi High Speed Vande Bharat Express
১৯৮৮ চনত সুৰেখা যাদৱ ( Surekha Yadav ) ভাৰতৰ প্ৰথম মহিলা ৰেলগাড়ী চালক হিচাপে পৰিগনিত হয় আৰু তেখেতে ২০০০ চনৰ এপ্ৰিল মাহত তেতিয়াৰ ৰেল মন্ত্ৰী ( Railway Minister ) মামতা বেনাৰ্জীৰ নেতৃতত উদঘাটন কৰা Ladies Special স্থানীয় ৰেলত প্ৰথম চালক হিচাপে সেৱা আগবঢ়াই।
মাৰ্চ ১৩, ২০১৩ চনত তেখেত এছিয়াৰ ভিতৰতে প্ৰথম মহিলা লোকো পাইলট ( Loco Pilot ) হিচাপে Semi High Speed Vande Bharat নামৰ ৰেলখন চোলাপুৰ ৰেল ষ্টেচনৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস চমুকৈ (CSMT) ষ্টেচনলৈ চলাই নিয়ে। ৰেলখনে ৪৫০ কিলমিটাৰতকৈও অধিক দূৰ অতিক্ৰম কৰি পাৱলগা সময়ৰ অনুসূচীতকৈ ৫ মিনিট আগতে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস CSMT ষ্টেচন পাবলৈ সক্ষম হয়।
কেন্দ্রীয় ৰেলৱে মন্ত্রী অশ্বিনী বৈষ্ণৱ ( Ashwini Vaishnaw ) এ তেখেতক সম্ভাসন জনাই আৰু Vande Bharat ৰেলখন নাৰী শক্তিৰ এটা উজ্বল নিদৰ্শন বুলি বক্তব্য় আগবঢ়াই।
What's Your Reaction?