১৪ বছৰৰ অন্তত ভাৰতলৈ পুনৰ আহিল একাদেমী এৱৰ্ড
ভাৰতৰ "RRR" জনপ্ৰিয় বোলছবিখনে ২০২৩ বৰ্সত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলছিত্ৰ পুৰস্কাৰ "Academy Award " ভাৰতলৈ কঢ়িয়াই আনিবলৈ সক্ষম হয় । ছবিখনত থকা "Naatu Naatu" গীতৰ তামিল সংস্কৰণ টোৱে এইটো সন্মান লাভ কৰে।
দক্ষিণ ভাৰতৰ "RRR" জনপ্ৰিয় বোলছবিখনে ২০২৩ বৰ্সত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলছিত্ৰ পুৰস্কাৰ "Academy Award " ভাৰতলৈ কঢ়িয়াই আনিবলৈ সক্ষম হয় । ছবিখনত থকা "Naatu Naatu" গীতৰ তামিল সংস্কৰণ টোৱে এইটো সন্মান লাভ কৰে। এই গীতটোৰ লিখক আছিল K.S. Chandrabose আৰু ৰচনা কৰিছিল M.M Keeravani য়ে।
RRR Telugu movie
RRR ছবিখন মুকতি লাভ কৰিছিল ইংৰাজী ২৪ মাচ ২০২২ তাৰিখে। ছবিখন পৰিচালনা কৰিছিল S.S Rajamouli আৰু অভিনয়ত মূখ্য ভূমিকাৰ চৰিত্ৰত আছিল দাক্ষিণাত্যৰ চুপাৰষ্টাৰ JR. NTR, Ram Charan, Shriya Saran, লগতে বলিউদৰ অভিনেত্ৰী Alia Bhatt, Ajay Devagn ৰ উপৰিও আৰু বহুতো জনপ্ৰিয় তাৰকা ।
ছবিখনৰ আনুমানিক বাজেট ৫৫০ কৌটি টকা আছিল যদিও সমগ্ৰ বিশ্বত ছবিখনে মুক্তি লাভ কৰি ১২৫৮ কৌটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।
Academy Awards Oscar Winning Movies 2023
Academy Award বা OSCAR বটা কি ?
Academy Award(OSCAR)হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ একাডেমী অফ মোচন পিকচাৰ আৰ্টচ এণ্ড চাইন্স(AMPAS) নামৰ সংস্থা টোৱে বছৰি দিয়া এটা পুৰস্কাৰ যত Best Actor, Actress, Supporting Actor, Directing আদিকে ধৰি প্ৰায় ২৪ টা শিতানত পুৰস্কৃত কৰা হয়। এই সংস্থা টোৱে ইংৰাজী ১৬ মে ১৯২৯ ত প্ৰথম আনুস্থানিক ভাবে বিশ্ব চলচ্চিত্র জগতৰ বহুকেইটা শিতানত বটা আগবঢ়ায় । Academy Award ১৯৩০ চনত প্ৰথম প্ৰচাৰণ কৰিছিলে ৰেডিঅ'ত আৰু পোন প্ৰথম বাৰৰ বাবে টেলিভিচনৰ পৰ্দাত দৰ্শকে দেখা পাইছিল ১৯৫৩ চনত।
Academy Award Winning Indian Movies
ভাৰতবৰ্ষৰ পৰা পোন প্ৰথম বাৰৰ বাবে একাডেমী বঁটা লাভ কৰিছিল Bhanu Athaiya য়ে ১৯৮২ চনত Gandhi চিনেমা খনত Costume Design ৰ বাবে । অন্যহাতে, Satyajit Ray ১৯৯২ চনত Academy Award ৰ Lifetime Achievement বটা লাভ কৰে ।তাৰ পিছত ২০০৮ ত Gulzar Sahab য়ে Best Original Song, A.R. Rahman য়ে Best Original Score and Best Original Song আৰু ২০০৯ ত Resul Pookutty য়ে Best Sound Mixing, ৰ কাৰণে Academy Award লাভ কৰে। আজি সুদীৰ্ঘ ১৪ বছৰৰ অন্তত ২০২৩ চনত Kartiki Gonsalves, Guneet Monga য়ে Best Documentary(Short Film) আৰু M.M Keeravani(Music),Chandrabose (Lyrics) য়ে Best Music (Original Song) Academy Award পাবলৈ সক্ষম হয়।
What's Your Reaction?