এতিয়া ভোগালীৰ আনন্দ চৌপাশে, পাঠশালাও ইয়াৰ ব্যতিক্ৰ্ম নহয়
সমগ্ৰ অসমতেই এতিয়া ভোগালী বিহুৰ উচাহ আনন্দ । চৌপাশে কেৱল লাৰু- পিঠা, সান্দহ, দৈ চিৰা আদিৰে উভই নদী হৈ পৰিচে ।
সমগ্ৰ অসমতেই এতিয়া ভোগালী বিহুৰ উচাহ আনন্দ । চৌপাশে কেৱল লাৰু- পিঠা, সান্দহ, দৈ চিৰা আদিৰে উভই নদী হৈ পৰিচে ।
ঠিক তেনেদৰে পাঠশালাটো একেই আনন্দ উল্লাহ দেখিবলৈ পোৱা যায়।
গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১০০ কিঃ মিঃ দূৰত্বত অৱষ্টিত এই পাঠশালা চহৰ। পাঠশালা চহৰৰ গা তেই লাগি আচে চৌখুটী গাওঁ। ৪ দিনিয়া কাৰ্যসূচীৰে ইয়াতে ভোগালী বিহু উৎযাপন কৰা হৈচে। মাঘৰ উৰুকাৰ পৰা মাঘ বিহু আৰু আজি মাঘ ১ তাৰিখ। উল্লেখযোগ্য যে গাওঁবাসীয়ে লগ হৈ মেজি-ভেলাঘৰ বনাই আৰু উৰুকাৰ দিনা ৰাতি একেলগে ভোজ ভাত খাই, বিহুৰ দিনা মেজি জলাই বয়জেস্থৰ পৰা আশিৰ্বাদ লয়। আৰু কাইলে মাঘৰ ২ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ভকত সেৱা আৰু তাৰপিচত প্ৰসাদ বিতৰণ । গধূলিৰ পৰা ৰাতিলৈ নাগাৰা নামৰ অনুষ্টান পৰিবেশন কৰা হয়।
What's Your Reaction?