প্ৰধানমন্ত্ৰীৰ লক্ষদ্বীপ ভ্ৰমণলৈ যোৱা পোস্তৰ পিচতেই চচিয়েল মিডিয়াত ট্ৰেন্ড "বয়কোট মালদ্বীপ"
"বয়কট মালদ্বীপ" ট্ৰেন্দ বিয়পি পৰে আৰু লগতে মালদ্বীপ ভ্ৰমণ কৰিবলৈ এদভাঞ্চ বুকিং কৰা টিকট আৰু হোটেল প্ৰায়বোৰ বাতিল কৰিবলৈ লয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষদ্বীপ ভ্ৰমণলৈ গৈ তাত তোলা ফোটো আৰু ভিডিও চচিয়েল মিডিয়াত পোস্ত কৰি লক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ দেশবাসীক অনুৰোধ জনাই আৰু প্ৰধানমন্ত্ৰীৰ এই অনুৰোধত মালদ্বীপবাসীৰ ইমান তিক্ততা লাগিল যে মালদ্বীপৰ কিছুমান নেতাই ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ কিছুমান বিতৰ্কিত মন্তব্য চচিয়েল মিডিয়াত প্ৰকাশ কৰে । যাৰফলত
" বয়কট মালদ্বীপ" ট্ৰেন্দ বিয়পি পৰে আৰু লগতে মালদ্বীপ ভ্ৰমণ কৰিবলৈ এদভাঞ্চ বুকিং কৰা টিকট আৰু হোটেল প্ৰায়বোৰ বাতিল কৰিবলৈ লয়।
ইয়াৰ পিচতেই বিতৰ্কিত মন্তব্য আগবঢ়োৱা মালদ্বীপৰ মন্ত্ৰী ক্ৰ্মে মৰিয়ম শিওনা, মালশা শৰীফ আৰু মহজুম মাজিড ক মালদ্বীপ চৰকাৰে নিলম্বিত কৰিবলৈ বাধ্য হয়।
What's Your Reaction?