অৱসৰ বিচাৰি ডিজিপিৰ জৰিয়তে মূখ্য সচিবলৈ আৰক্ষী অধিক্ষ্যক আনন্দ মিশ্ৰৰ পত্ৰ প্ৰেৰণ
IPS আনন্দ মিশ্ৰই অৱসৰ বিচাৰিচছে। ব্যক্তিগত আৰু সামাজিক কামৰ বাবে অব্যাহতি লোৱাৰ ইচ্ছা প্ৰ্কাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।
IPS আনন্দ মিশ্ৰই অৱসৰ বিচাৰিচছে। ব্যক্তিগত আৰু সামাজিক কামৰ বাবে অব্যাহতি লোৱাৰ ইচ্ছা প্ৰ্কাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে । আনন্দ মিশ্ৰই বৰ্তমান লক্ষীমপুৰ জিলাৰ আৰক্ষী অধিক্ষক হিচাপে কৰ্মৰত হৈ আছে আৰু তেখেতে ১৬ জানুৱাৰী ২০২৪ চনৰ পৰা অৱসৰ বিচাৰি আৰক্ষী সঞ্চালক প্ৰ্ধানৰ জৰিয়তে মূখ্য সচিবলৈ পত্ৰ লিখিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠিত SIT ত নাম আচিল মিশ্ৰৰ । সাংবাদিকৰ প্ৰশ্নত আনন্দ মিশ্ৰয় কয় যে সেৱা কৰাৰ বাবে কোনো ধৰণৰ পোচাক নালাগে, যেনেকৈ সমাজৰ ভাল কৰিব পাৰো, যি পথত গৈ মানুহৰ ভাল কৰিব পাৰো, সেয়া কৰিবলৈ সাজু মই।
What's Your Reaction?