মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পুনৰ উজ্জ্বলি উঠিল অসম কন্য়া লাভলিনা বৰগোহাই
নতুন দিল্লীত অনুস্ঠিত হোৱা আই বি এ মিহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাইৰ জয়লাভ।
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পুনৰ উজ্জ্বলি উঠিল অসম কন্যা লাভলিনা বৰগোহাই
নতুন দিল্লীত অনুস্ঠিত হোৱা আই বি এ মিহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাইৰ জয়লাভ।
নতুন দিল্লীত অনুস্থিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বৰগোহাঁয়ে ৭৫ কেজি শাখাৰ ফাইনেলত অস্ট্ৰেলীয়াৰ Caitlin Parker ক পৰাস্ত কৰি সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
লাভলীনাই বিপক্ষত থকা অৰ্টিজক ৫-০ ত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।মেচৰ অন্তত লাভলীনাই কয় যে এই জয়ে তেওৰ আত্মবিশ্বাস বঢ়াই তুলিব আৰু মেচৰ পূৰ্বে প্ৰস্তুত কৰা ৰণনীতি অনুসুৰি খেলিব পৰাৰ কথা উল্লেখ কৰে।
লাভলীনা বৰগোহাঁইৰ জন্ম হয় ২য় অক্টোবৰ ১৯৯৭ চনত বৰোমূখীয়া,বৰপথাৰ গোলাঘাত।তেখেতে Olympic Games ২০২০ ত Women's Welterweight event ত ব্ৰন্জ্ঞ মেডেল অৰ্জন কৰি ভাৰতৰ তৃতীয় মহিলা বক্সাৰ হিচাপে মেডেল লবলৈ সক্ষম হয়।
লাভলীনাই ২০২৩ ত আই বি এ মহিলা বক্সিং চেম্পিয়নচিপত সোণৰ পদক,২০১৮ এ আই বি এ মহিলা বিশ্ব চেম্পিয়নচিপত আৰু ২০১৯ এ আই বি এ মহিলা বিশ্ব চেম্পিয়নচিপত ব্ৰন্জ্ঞ মেডেল লবলৈ সক্ষম হয়।অসমত প্ৰতিনিধিত্ব কৰা বৰগোহাই হৈছে প্ৰথম মহিলা এথলেট আৰু দ্বিতীয়জনী বক্সাৰ ।
অসমৰ পৰা অৰ্জুন সন্মান লাভ কৰা লাভলীনা বৰগোহাঁই হৈছে ষস্ঠটম ব্যক্তি।
What's Your Reaction?