প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ দীৰ্ঘতম সাগৰীয় উৰণীয়া সেতু উদ্দোধন কৰে
মুম্বাইৰ পৰা নবী মুম্বাই সংযোগকাৰী এই সেতু । এই সেতুখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইচ আৰু মুখ্যমন্ত্ৰী একনাথ শিন্দে ।
- উৰণীয়া সমুদ্ৰসেতুখনৰ নাম দিয়া হৈচে অটল সেতু
- মুম্বাইৰ পৰা নবী মুম্বাই সংযোগকাৰী এই সেতু । এই সেতুখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইচ আৰু মুখ্যমন্ত্ৰী একনাথ শিন্দে ।
- ১৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সেতুৰ দৈৰ্ঘ্য ২১.৮ কিলোমিটাৰ । এই সেতু খনৰ ফলত ২০ ঘণ্টাৰ দূৰত্ব এতিয়া ২০ মিনিটত অতিক্ৰম কৰিব পাৰিব । ২২ কিলোমিটাৰ দৈৰ্ঘৰ এই সেতুখনৰ ১৬.৫ কিলোমিটাৰ অংশ গৈছে সাগৰৰ ওপৰেৰে । জানিব পৰা মতে এই সেতুখনৰ নিৰ্মাণৰ বাবে প্ৰায় ১৭৭৯০৩ মেট্ৰিক টন লোহা ব্যৱহাৰ কৰা হৈছে ।
What's Your Reaction?