খাৰঘূলিৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ

কালি খাৰঘূলিত সংঘটিত হোৱা বন্দনা দাসৰ হত্যাকাণ্ডত আৰক্ষীৰ জেৰাত ওলাইছে ন ন তথ্য। মৃত মহিলাগৰাকীক কাঁচিৰে নহয় ছুৰীৰে হে ডিঙি ৰেপি হত্যা কৰা হৈছিল ।

Jul 3, 2025 - 21:33
Jul 11, 2025 - 23:02
 0  162
খাৰঘূলিৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ

কালি খাৰঘূলিত সংঘটিত হোৱা বন্দনা দাসৰ হত্যাকাণ্ডত আৰক্ষীৰ জেৰাত ওলাইছে ন ন তথ্য। মৃত মহিলাগৰাকীক কাঁচিৰে নহয় ছুৰীৰে হে ডিঙি ৰেপি হত্যা কৰা হৈছিল । আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰে বন্দনা দাসৰ কেয়াৰটেকাৰ ৰাতুল দাসে। হত্যাত ব্যৱহৃত ছুৰীখন উদ্ধাৰ কৰা হৈছে। এজোপা কলগছৰ গুৰিত উদ্ধাৰ হৈছে ছুৰীখন। নিশা প্ৰায় এক মান বজাত পাছফালৰ দুৱাৰেদি ঘৰৰ ভিতৰত সোমাই মহিলাগৰাকীক হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত সৈ কাঢ়ে ৰাতুল দাসে। লগতে পত্নীকো ঘটনাৰ সবিশেষ জনোৱাৰ কথা উল্লেখ কৰে। বৰ্তমান আৰক্ষীয়ে স্বামী-স্ত্ৰী দুয়োকে গ্ৰেপ্তাৰ কৰিছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist