BTR নিৰ্বাচনৰ বাবে UPPL ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
BTR নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে UPPL এ । প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত ২ গৰাকী বিধায়কসহ ১৮ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিলে দলটোৱে ।
BTR নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে UPPL এ । প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত ২ গৰাকী বিধায়কসহ ১৮ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিলে দলটোৱে ।
কোকৰাঝাৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদ মেলৰ জৰিয়তে UPPL য়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা।
UPPL য়ে BTR নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা ২ গৰাকী বিধায়ক হ'ল লৰেন্স ইছলাৰী আৰু জোলেন দৈমাৰী । লৰেন্স ইছলাৰীক চালেকাটী পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে অন্যহাতে জলেন দৈমাৰীক দৰঙাজুলিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ।
প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীবোৰ ক্ৰমে
১)উইলচন হাচদা - ৩ নং শ্ৰীৰামপুৰ
২) চৰনজিত বসুমতাৰী - ৪নং যমদুৱাৰ
৩) ৰাজু কুমাৰ নাৰ্জাৰী - ৫নং চৰাবিল
৪) আফজল হক সৰকাৰ - ৭নং ফকিৰগ্ৰাম
৫) ৰবিৰাম ব্ৰহ্ম - ৯ নং বনৰগাঁও
৬) ৰঞ্জিত বসুমতাৰী - ১১ নং বাউখুনগ্ৰী
৭) লৰেঞ্চ ইছলেৰী - ১২ নং চালেকাটী
৮) চেইখং বসুমতাৰী - ১৩ নংচিৰাং
৯) চন্দন ব্ৰহ্ম - ১৫নং কাজলগাঁও
১০) ধনঞ্জয় বসুমতাৰী - ১৮নং মানস চেৰফাং
১১) মন্তু বড়ো - ২২ নং ককলাবাৰী
১২) ৰাকেশ ব্ৰহ্ম - ২৪নং মুছলপুৰ
১৩) কাটিৰাম বড়ো - ২৫নং বাগানপাৰা
১৪) জলেন দৈমাৰী - ২৬ নং দৰংগাজুলি
১৫) ৰবিন বালা বিশ্বাস - ২৭নং নাগ্ৰীজুলি
১৬) প্ৰদীপ নাৰ্জাৰী - ২৯ নং চুকলাই চেৰফাং
১৭) ৰাজগুৰু মুছাহাৰী - ৩৭ নং ধনশ্ৰী
১৮) ডাঃ নিতুল স্বৰ্গীয়াৰী - ৪০নং ৰাওটা
What's Your Reaction?