আজি গুৱাহাটীত অনুস্থিত হ'ব আৰ আৰ(RR) আৰু চি এচ কে(CSK) ৰ মাজৰ আই পি এল ২০২৫ ৰ হাইভলটেজ খেল

Mar 30, 2025 - 15:33
Mar 30, 2025 - 18:26
 0  119
আজি গুৱাহাটীত অনুস্থিত হ'ব আৰ আৰ(RR) আৰু চি এচ কে(CSK) ৰ মাজৰ আই পি এল ২০২৫ ৰ হাইভলটেজ খেল

ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ আজি সন্ধিয়া ৭:৩০ বজাত গুৱাহাটীত অনুস্থিত হ'ব। এই খেলখন আই পি এল ২০২৫ ছিজনত দুয়োটা দলৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে। খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুস্থিত হ'ব আৰু এই খেলখন এইটো বছৰত দ্বিতীয় আৰু অন্তিমখন আই পি এল খেল। 

ৰাজস্থান ৰয়েলছৰ আজিৰ খেল খনত থকা খেলুৱৈ সকল ক্ৰমে: ৰিয়ান পৰাগ (অধিনায়ক), সঞ্জু চেমচন, যশস্ৱী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, জোফ্ৰা আৰ্চাৰ, চিমৰন হেটমেয়াৰ, তুষাৰ দেশপাণ্ডে, ৱানিন্দু হাচাৰাঙ্গা, মহীশ থিকশানা, নীতিশ ৰাণা, সন্দীপ শৰ্মা, ফজলহক ফাৰুকী, কুৱেনা মাফহাকা, আকাশ মাধৱাল, বৈভৱ সূৰ্যবংশী, শুভম দুবে, য়ুধবিৰ সিং, কুনাল সিং ৰাথোৰ, অশোক শৰ্মা, কুমাৰ কাৰ্টিকেয়া।

অন্যহাতে চেন্নাই চুপাৰ কিংছত: ৰুতুৰাজ গায়কৱাড় (অধিনায়ক), এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, ডেভন কনৱে, ৰাহুল ত্ৰিপাঠী, শ্ৰেয়াছ গোপাল, জেমি অভাৰটন, বিজয় শংকৰ, দীপক হুডা, চেম কুৰান, খলিল আহমেদ, শিৱম দুবে, ৰচিন ৰবীন্দ্ৰ, কমলেশ নগৰকোটি, মুকেশ চৌধুৰী, নাথান এলিছ, অংশুল কম্বোজ, নুৰ আহমেদ, মথিশা পাথিৰানা, গুৰ্জাপনীত সিং, শৈক ৰাছিদ, ৰামকৃষ্ণ ঘোষ, অন্দ্ৰে সিদ্বাৰ্থ, ভান্স বেদি।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist