আজি ২৩ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

Jun 23, 2025 - 16:36
Jun 23, 2025 - 16:44
 0  63
আজি ২৩ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে। আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ,২৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯২,৩০০ টকা। ২৪কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,০৬৯ টকা আৰু প্ৰতি ১০ গ্ৰামত ১০,০৬৯০ টকা , ১৮ কেৰেট সোণৰ মূল্যপ্ৰতি গ্ৰামত ,৫৫২ টকা আৰু ১০ গ্ৰামত ৭৫,৫২০ টকা। অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য গ্ৰামত ১১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ,১০,০০০ টকা।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow