আজি ১৮ মে'ৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

May 18, 2025 - 14:47
May 20, 2025 - 19:21
 0  30
আজি ১৮ মে'ৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে। আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৮৯৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ৮৮,৯৫০ টকা। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৩৪০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯৩,৪০০ টকা , 

          অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ৯৭.০০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৭,০০০ টকা।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist