ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিস্থাৰ আগতে ডিব্ৰুগড়ৰৰ এজন চিকিৎসকে ৮০০০ খন গাড়ীৰ ষ্টিকাৰ বিতৰণ কৰিব
অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়তে অসমৰ ডিব্ৰুগড় জিলাৰ এজন চিকিৎসকে সেই বিশেষ দিনটো উদযাপন কৰিবলৈ প্ৰায় ৮,০০০ খন গাড়ীৰ ষ্টিকাৰ নিজাববীয়াকৈ বিতৰণ কৰাৰ উদ্যোগ হাতত লৈছে ।
অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়তে অসমৰ ডিব্ৰুগড় জিলাৰ এজন চিকিৎসকে সেই বিশেষ দিনটো উদযাপন কৰিবলৈ প্ৰায় ৮,০০০ খন গাড়ীৰ ষ্টিকাৰ নিজাববীয়াকৈ বিতৰণ কৰাৰ উদ্যোগ হাতত লৈছে । চিকিৎসকজনৰ নাম হৈছে ভাস্কৰ গগৈ । তেওঁ যোৱা ছয় দিনৰ পৰা স্তিকাৰ বিতৰণ কৰি আছে। গগৈয়ে কয় যে, "ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে তেওলোকে যোৱা ছয় দিন ধৰি গাড়ীৰ ষ্টিকাৰ বিতৰণ কৰি আহিছে আৰু তেওলোকে ১০ টা আউটলেট পইণ্ট বনাইচে য'ত গাড়ীৰ ষ্টিকাৰবোৰ বিনামূলীয়াকৈ উপলব্ধ হয়।
What's Your Reaction?