মন্দিৰৰ প্ৰাণ প্ৰতিস্থানলৈ নিমন্ত্ৰণ জনোৱা বিশেষ ব্যক্তিসকল
অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰা হব ২২ জানুৱাৰীত । এই উদ্দোধনী অনুস্থানত প্ৰায় ৪০০০ পুৰোহিত, ২৫০০ বিশিস্থ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰা হব ২২ জানুৱাৰীত । এই উদ্দোধনী অনুস্থানত প্ৰায় ৪০০০ পুৰোহিত, ২৫০০ বিশিস্থ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
এই অনুস্থানত বলিউডৰ চেলিব্ৰেটী, ৰাজনীতিবিদ, আধ্যাত্মিক গুৰু, উদ্যোগপতি তথা ক্ৰিকেট খেলুৱৈক নিমন্ত্ৰন কৰা হৈচে।
- বলীউডৰ চেলিব্ৰেটী
অমিতাভ বচ্চন, কংগনা ৰাণাৱট, ৰণবীৰ কাপুৰ, আলিয়া ভাট, অনুপম খেৰ, মাধুৰী দীক্ষিত, সঞ্জয় লীলা ভাঞ্চালী, ছানী দেওল, টাইগাৰ শ্ৰফ, ৰাজকুমাৰ হিৰাণী, আয়ুষ্মান খুৰানা, অজয় দেৱগান, ৰণদ্বীপ হুডা আৰু মধুৰ ভাণ্ডাৰকাৰৰ দৰে নাম। তদুপৰি, দক্ষিণ ভাৰতীয় চিনেমা জগতৰ তাৰকা ৰজনীকান্ত, প্ৰভাস, চিৰঞ্জীৱী, মোহনলাল, ধনুষ, যশ আৰু ঋষভ চেট্টীকো আনুষ্ঠানিকভাৱে অযোধ্যালৈ আমন্ত্ৰণ জনোৱা হৈছে।
*ৰাজনীতিবিদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছপি সভাপতি অখিলেশ যাদৱ আৰু বিএছপি প্ৰধান মায়াৱতীয়ে আমন্ত্ৰণ লাভ কৰিছে, ছোনিয়া গান্ধী .কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ দিগ্বিজয় সিঙ .প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচডি দেৱগৌড়া আৰু কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকো আমন্ত্ৰণ জনোৱা হৈছে।
What's Your Reaction?