গুৱাহাটীৰ পৰা সন্ধানহীন এজন লোক

Aug 7, 2025 - 10:24
Aug 29, 2025 - 21:41
 0  41
গুৱাহাটীৰ পৰা সন্ধানহীন এজন লোক

গুৱাহাটীত চিকিৎসাৰ বাবে অহা হাইলাকান্দিৰ এজন ব্যক্তি ৪ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে । সন্ধানহীন ব্যক্তিজনৰ নাম আনছাৰ আহমেদ মজুমদাৰ। বয়স ৪১ বছৰ। তেওঁ মানসিক চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল। মহানগৰীৰ দিছপুৰৰ সমীপৰ কাশ্মীৰী লʼজৰ পৰা ৪ জুলাই তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। ইতিমধ্যে দিছপুৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। কিন্তু এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই ব্যক্তিজনৰ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist