ব্যক্তিগত চিকিৎসালয়ক লৈ আজি কেবিনেটত কঠোৰ সিদ্ধান্ত
*ব্যক্তিগত চিকিৎসালয়ে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থ'ব নোৱাৰিব।
*৪ ঘণ্টা সময়তকৈ অধিক সময় মৃতদেহ ৰাখি থ'লে ১০৪ ৰ সহায় ল'ব পাৰিব অথবা আৰক্ষীৰো সহায় ল'ব পাৰিব।
* ব্যক্তিগত হাস্পতাল কর্তৃপক্ষই মৃতদেহ বন্ধকত ৰাখি থ'ব নোৱাৰিব। এনে কৰিলে ৩ৰ পৰা ৬ মাহলৈ অনুজ্ঞাপত্র বাতিল হ'ব অন্যথা ৫লাখ টকা জৰিমনা ভৰিব লাগিব ।
* এনে ভুলৰ পুনৰাবৃত্তি কৰিলে ব্যক্তিগত হাস্পতাল বন্ধ কৰি দিয়াৰ ব্যৱস্থা লোৱা হ'ব।
What's Your Reaction?