মূখ্য মন্ত্ৰীয়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ ৰাজ্যৰ সবাতোকৈ সন্মানীয় পূৰস্কাৰ "Civilian Award"
২০২৩ বৰ্ষৰ অসম বৈভৱ লাভ কৰে প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গোগৈ য়ে আৰু তেখেতক 'Law and Justice' ৰ শ্ৰেণীত প্ৰদান কৰা হয়।
এই পুৰস্কাৰ তিনিটা ভাগত বিভক্ত হয়
১) অসম বৈভৱ (Assam Baibhav)
২) অসম সৌৰভ (Assam Saurav)
৩) অসম গৌৰৱ (Assam Gaurav)
২০২৩ বৰ্ষৰ অসম বৈভৱ লাভ কৰে প্ৰাক্তন উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গোগৈ য়ে আৰু তেখেতক 'Law and Justice' ৰ শ্ৰেণীত প্ৰদান কৰা হয়।
অসম সৌৰভ লাভ কৰিছে ক্ৰমে
১) ড° কিষাণ চান্দ নাউৰিয়াল(Art and Culture)
২) এলভিচ আলি হাজৰিকা(Sports)Swimming
৩) হিমা দাস(Sports)Athlet
৪) নন্দিৰাম দেউৰী(Art and Culture)Tiwa Dance Exponent
অসম গৌৰভ লাভ কৰিছে ক্ৰমে
১) ৰনজিৎ গগৈ(Art and Culture),Folk and Bihu Dance
২) পাৰ্বতি বৰুৱা(Environment& Forest),Animal conservation activist, Human-Elephant conflict expert
৩) দেৱজিৎ চাংমাই(
Art and Culture),Sound Engineer
৪) দ্ৰোনো ভূঞা(Art and Culture),OjaPali
৫) নিলম দত্ত(Agriculture),Organic Farming
৬) অনুপম ডেকা(Entrepreneur),Industrialist
৭) শৌম্যদীপ দত্ত(Environment& Forest ),Wildlife Conservation
৮) বসন্ত চিৰিং ফুকন(Agriculture Progressive), Mushroom Cultivator
৯) মহেন্দ্ৰ ডেকা(Craft and Bamboo artist),Handicraft
১০) মিনাক্ষী চেতিয়া(ASHA Worker),Social Service
১১) পখিলা লেখতেপি(Art and Culture),Karbi Folk Singer
১২) টেনকিং বোডোচা(Environment& Forest),Elephant friendly Tea Estate Establishment
১৩) নিৰ্মল দে(Entrepreneur),Sheetal Pati
১৪) জেচিন কুমবাংপাও(Handlooms),Weaving
১৫) মেৰি হাচ্চা(AWC)Social Service
১৬) উপেন্দ্ৰ ৰাভা(Agriculture),Black Rice Cultivator
১৭) ৰাহুল গুপ্তা(Agriculture)Hydroponic Farming
What's Your Reaction?