আকৌ ডুবিল গুৱাহাটী মহানগৰীৰ ৰাজপথ

২০ আগষ্ট তাৰিখে ৰাতিপুৱাৰ পৰা অনা বৰষুণৰ ফলত ৰাজগড়, অনিল নগৰ- নৱিন নগৰ, ৰুক্মিণীগাও, ৰুক্মিণীনগৰ আদি অঞ্চল  জলমগ্ন হোৱা দেখা গৈছে।

Aug 20, 2024 - 13:41
Aug 20, 2024 - 14:48
 0  49
আকৌ ডুবিল গুৱাহাটী মহানগৰীৰ ৰাজপথ

গুৱাহাটী মহানগৰত এতিয়া যেন বৰষুণ মানেই আতংকৰ আন এটা নাম। ঘৰৰ পৰা অফিচলৈ নটুবা নিজৰ কৰ্মস্থানলৈ যোৱাৰ পিছত বৰষুণ দিলেই যেন মনলৈ আহে ঘৰলৈ গৈ পাওতে কিমান ঘন্টা জানো লাগিব নটুবা নিজৰ বাহনখ্ন ঘৰলৈ সুকলমে নিব পাৰিমনে !! 

     আজি অৰ্থ্যাৎ ২০ আগষ্ট তাৰিখে ৰাতিপুৱাৰ পৰা অনা বৰষুণৰ ফলত ৰাজগড়, অনিল নগৰ- নৱিন নগৰ, ৰুক্মিণীগাও, ৰুক্মিণীনগৰ আদি অঞ্চল  জলমগ্ন হোৱা দেখা গৈছে। যাৰফলত যান-যতৰ বহু সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist