গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন
ফেনে ফুটুকাৰে বাঢ়িছে ধনশিৰি নদীৰ পানী। ধনশিৰি নদীৰ পানীৰ বাবে মৰঙী আৰু খুমটাইকে ধৰি গোলাঘাটৰ এক বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
ফেনে ফুটুকাৰে বাঢ়িছে ধনশিৰি নদীৰ পানী। ধনশিৰি নদীৰ পানীৰ বাবে মৰঙী আৰু খুমটাইকে ধৰি গোলাঘাটৰ এক বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। ৩০০০ ৰ ৰো অধিক লোক জলমগ্ন। প্ৰায় ৩৪ ঘৰ মান মানুহ আশ্ৰয় শিবিৰত বাস কৰিছে। ৫০০ ৰো অধিক হেক্টৰ কৃষিভূমি নষ্ট হৈছে । ২০০ ৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে। হঠাৎ অহা বানৰ কবলত পৰি নৈ পৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে।
What's Your Reaction?