অসমত প্ৰথমবাৰৰ বাবে আয়োজিত হ'ল এখন বিশেষ বিবাহ

Jun 24, 2025 - 22:49
Jun 24, 2025 - 22:59
 0  60
অসমত প্ৰথমবাৰৰ বাবে আয়োজিত হ'ল এখন বিশেষ বিবাহ

প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমে নামানে কোনো বয়স, জাতি-ধৰ্ম, লিংগ ২০০৬ চনত টায়েৰা ভট্টচাৰ্য আৰুবিক্ৰমজিৎ সূত্ৰধৰ প্ৰথম বাৰৰ বাবে লগ পাইছিল আৰু সময়ৰ সোতঁ‌ত তেওঁ‌লোকৰ বন্ধুত্ব যেন ক্ৰমাৎভালপোৱালৈ ৰূপান্তৰিত হৈছিল টায়েৰা এজনী তৃতীয় লিংগৰ মহিলা বিক্ৰমজিৎ আৰু টায়েৰাই বহুত ঘাতপ্ৰতিঘাত, তুচ্ছ তাচ্ছিল্য নেওছি ভালপোৱাৰ সুদীৰ্ঘ ১০ বছৰৰ অন্তত তেওঁ‌লোক দুজনে বিবাহ পাসত আবদ্ধ হয় জুন ২০২৫ তাৰিখে সামাজিক ভাৱে তেওঁ‌লোকে গুৱাহাটীৰ উগ্ৰতৰা মন্দিৰত সম্পূৰ্ণ বৈদিক প্ৰথাৰে বিবাহসম্পন্ন কৰে উল্লেখযোগ্য যে এইখন বিবাহ অসমৰ ইতিহাসৰ প্ৰথম তৃতীয় লিংগৰ বিবাহ

             তেওঁ‌লোকৰ বৈবাহিক জীৱনলৈ টাইমচ অৱ গুৱাহাটীৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, তেওঁ‌লোকৰ বৈবাহিক জীৱন যাতে সুখময় হওক

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow