আজি ২৬ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য
গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে । গুৱাহাটীত সোণৰূপৰ মূল্য কালিৰ তুলনাত কোনো তাৰতম্য হোৱা নাই । আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০৭০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯০,৭০০ টকা । ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৯৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯,৮৯৫০ টকা , ১৮ কেৰেট সোণৰ মূল্যপ্ৰতি গ্ৰামত ৭,৪২১ টকা আৰু ১০ গ্ৰামত ৭,৪২১০ টকা ।অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১০৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৮,০০০ টকা ।
What's Your Reaction?