আজি ২১ মে'ৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে। আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৮৯,৩০০ টকা। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৭৪২ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯৭,৪২০ টকা , ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩০৭ টকা আৰু ১০ গ্ৰামত ৭৩,০৭০ টকা।
অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১০০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকা।
What's Your Reaction?






