আজি ২১ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য
গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে। আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,২৩৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯২,৩৫০ টকা। ২৪কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,০৭৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ১০,০৭৫০ টকা , ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৭,৫৫৬ টকা আৰু ১০ গ্ৰামত ৭৫,৫৬০ টকা।
অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকা।
What's Your Reaction?