ইতিহাসৰ বুকুত আজি ২৪ মে'ৰ দিনটোত

* ১৫৫৭ চনৰ আজিৰ দিনটোত সিকন্দৰ চুৰে পঞ্জাৱৰ মানকোটত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।
* ১৮১৩ চনৰ আজিৰ দিনটোত বংগৰ নেতা, প্ৰবন্ধ লেখক আৰু সাংবাদিক কৃষ্ণ মোহন বন্দোপাধ্যায়ৰ জন্ম হৈছিল।
* ১৮৭৫ চনৰ আজিৰ দিনটোত ছাৰ চৈয়দ আহমেদ খানে মহম্মদ এংলো অৰিয়েণ্টেল স্কুল স্থাপন কৰিছিল যাক ১৯২০ চনত 'আলিগড় মুছলিম বিশ্ববিদ্যালয়' হিচাপে নামাকৰণ কৰা হৈছিল।
* ১৯০৩ চনৰ আজিৰ দিনটোত বিখ্যাত বঙালী কবি হেমচন্দ্ৰ বন্দোপাধ্যায়ৰ মৃত্যু হয়।
* ১৯৩৩ চনৰ আজিৰ দিনটোত ক্ৰিকেটাৰ হেমচন্দ্ৰ তুকাৰাম দানিৰ মহাৰাষ্ট্ৰৰ দুধনীত জন্ম হৈছিল।
* ১৯৫৬ চনৰ আজিৰ দিনটোত গৌতম বুদ্ধৰ ২৫০০ তম জন্ম জয়ন্তী উদযাপন কৰা হৈছিল।
* ১৯৬০ চনৰ আজিৰ দিনটোত বিখ্যাত 'ভেলোৰ হস্পিটেল'ৰ প্ৰতিষ্ঠাপক ডাঃ ইডা ছফি শ্ৰুডাৰৰ কোডাইকানালত মৃত্যু হয়।
* ১৯৯০ চনৰ আজিৰ দিনটোত সংসদৰ প্ৰাক্তন সভাপতি কে এছ হেগড়েৰ মৃত্যু হয়।
* ১৯৯১ চনৰ আজিৰ দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু স্বৰ্গীয় ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীৰ মৃতদেহ আজি নতুন দিল্লীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
* ১৯৯২ চনৰ আজিৰ দিনটোত প্ৰবীণ সাংবাদিক ডি আৰ ভাগৱতৰ মৃত্যু হয়।
* ১৯৯৩ চনৰ আজিৰ দিনটোত ভাৰত আৰু উজবেকিস্তানে পাঁচটা চুক্তি স্বাক্ষৰ কৰিছে।
* ১৯৯৯ চনৰ আজিৰ দিনটোত প্ৰসিদ্ধ কুস্তি প্ৰশিক্ষক দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত গুৰু হনুমানৰ মিৰাটৰ ওচৰত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।
* ২০০০ চনৰ আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে দিল্লীৰ বাহিৰত বিচাৰপীঠ স্থাপনৰ প্ৰস্তাৱ নাকচ কৰে।
What's Your Reaction?






