এই বছৰটোৰ মাঘ বিহুৰ দুদিনতে প্ৰায় ১২ কোটি টকাৰ সুৰা বিক্ৰী হ'ল মহানগৰীত
উল্লেখযোগ্য যে বিহুৰ দুদিনৰ সময়ছোৱাত ৰাজ্যখনত প্ৰায় ২০ কোটি টকাৰ সুৰা বিক্ৰী হ'ল । ৰাজ্যিক আবকাৰী বিভাগৰ মতে, গুৱাহাটীত এই বছৰ উৰুকা আৰু মাঘ বিহুৰ এই দুদিনত ১১.৮ কোটি টকাৰ সুৰা পান বিক্ৰী কৰিলে সুৰা বিপনী সমূহে ।
উল্লেখযোগ্য যে বিহুৰ দুদিনৰ সময়ছোৱাত ৰাজ্যখনত প্ৰায় ২০ কোটি টকাৰ সুৰা বিক্ৰী হ'ল ।
ৰাজ্যিক আবকাৰী বিভাগৰ মতে, গুৱাহাটীত এই বছৰ উৰুকা আৰু মাঘ বিহুৰ এই দুদিনত ১১.৮ কোটি টকাৰ সুৰা পান বিক্ৰী কৰিলে সুৰা বিপনী সমূহে ।
গুৱাহাটীত, ১৪ জানুৱাৰীৰ দিনা অৰ্থাৎ উৰুকাত ৭.২ কোটি টকাৰ সুৰা আৰু ১৫ জানুৱাৰী অৰ্থাৎ মাঘ বিহু দিনাখ্ন গুৱাহাটীত ৪.৬ কোটি টকাৰ সুৰা বিক্ৰী কৰা হৈছিল ।
গুৱাহাটীত সুৰাৰ বিক্ৰী মুঠ ১২ কোটি টকা হৈছিল যদিও বিহুৰ এই দুদিনত মদ্যপান কৰি গাড়ী চলোৱা মুঠ ১৫ টা ঘটনা দেখিবলৈ পোৱা গ'ল।
What's Your Reaction?