আজি ২৭ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

Jun 27, 2025 - 11:44
Jun 27, 2025 - 22:46
 0  47
আজি ২৭ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে গুৱাহাটীতসোণ-ৰূপৰ মূল্য কালিৰ তুলনাত হ্ৰাস হোৱা দেখা গৈছে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ,৯৮৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ৮৯,৮৫০ টকা ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ,৮০২ টকা আৰু প্ৰতি ১০ গ্ৰামত ,৮০২০ টকা , ১৮ কেৰেট সোণৰ মূল্যপ্ৰতি গ্ৰামত ,৩৫২ টকা আৰু ১০ গ্ৰামত ,৩৫২০ টকা

অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য গ্ৰামত ১০৭.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ,০৭,৯০০ টকা

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow