আজি ২৪ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য
গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে।
গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে।
আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০৯৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯০,৯৫০ টকা। ২৪কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৯২২ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯,৯২২০ টকা , ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৭,৪৪২ টকা আৰু ১০ গ্ৰামত ৭৪,৪২০ টকা। অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১০৯ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৯,০০০ টকা।
What's Your Reaction?