আজি ২৬ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

Jun 26, 2025 - 11:18
Jun 27, 2025 - 10:56
 0  68
আজি ২৬ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে গুৱাহাটীত সোণৰূপৰ মূল্য কালিৰ তুলনাত কোনো তাৰতম্য হোৱা নাই আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ,০৭০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯০,৭০০ টকা ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ,৮৯৫ টকা আৰু প্ৰতি ১০ গ্ৰামত ,৮৯৫০ টকা , ১৮ কেৰেট সোণৰ মূল্যপ্ৰতি গ্ৰামত ,৪২১ টকা আৰু ১০ গ্ৰামত ,৪২১০ টকা অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য গ্ৰামত ১০৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ,০৮,০০০ টকা

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow