ৰাতিপুৱাৰ এজাক বৰষুণে যেন সকাহ দিলে মহানগৰবাসীক
অতিপাত গৰমে দহিচে সমগ্ৰ ৰাজ্য । গুৱাহাটীটো ইয়াৰ প্ৰভাৱ যেন কোনো গুণে কম নহয় । পূৰ্বৰ তুলনাত তাপমাত্ৰা অধিক হোৱা দেখিবলৈ পোৱা গৈছে । এই প্ৰসৰ ৰ'দত যেন ৰাতিপুৱা নিজৰ গন্তব্য স্থানলৈ যাবলৈকে চিন্তা কৰিবলগীয়া হয় । এনেকুৱা সময়ত মহানগৰবাসীৰ এজাক বৰষুণৰহে যেন অপেক্ষা মাথো । বৰষুণ দিলেও চিন্তা হয় কৃত্ৰিম বানপানীয়ে হয় নেকি? যি কি নহওক আজি ৰাতিপুৱাৰ বৰষুণ যাকে যেন শীতল পৰিবেশৰ সৃষ্টি কৰিলে মহানগৰীত ।
What's Your Reaction?