বিজ্ঞান শাখাত কিমানজন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল---

Apr 30, 2025 - 21:44
May 2, 2025 - 21:57
 0  71
বিজ্ঞান শাখাত কিমানজন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল---

বুধবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। পুৱা ৯ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৱেবচাইটৰ জৰিয়তে ফলাফল ঘোষণা কৰিলে। 

         বিজ্ঞান শাখাত মুঠ ৫৬,৯০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

          প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৫,৮২৭ গৰাকী পৰীক্ষাৰ্থী।

          দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৯,২৮৬ গৰাকী শিক্ষাৰ্থী।

          অন্যহাতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৬ গৰাকী শিক্ষাৰ্থী।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist