ইতিহাসৰ বুকুত আজি অৰ্থাৎ ২১ মে'ৰ দিনটো

* ২১ মে' ১৯৯১ চনৰ আজিৰ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বোমা বিস্ফোৰণৰ দ্বাৰা হত্যা কৰা হৈছিল। প্ৰতি বছৰে এই দিনটো ভাৰতত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়।
* ১৮৩৫ চনৰ আজিৰ দিনটোত বঙালী কবি বিহাৰীলাল চক্ৰৱৰ্তীৰ জন্ম হৈছিল।
* ১৯২৭ চনৰ আজিৰ দিনটোত কলিকতা আৰু বাগডোগ্ৰাৰ মাজত কাৰ্গো পৰিবহন সেৱা আৰম্ভ হৈছিল।
* ১৯৬৬ চনৰ আজিৰ দিনটোত ভাৰতৰ একাদশ সাধাৰণ নিৰ্বাচন সমাপ্ত হয়।
* ১৯৭৩ চনৰ আজিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী মোহন কুমাৰমঙ্গলমৰ দিল্লীৰ ওচৰত এক বিমান দুৰ্ঘটনাত মৃত্যু হয়।
* ১৯৯০ চনৰ আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ভি পি সিঙে নৰ্মদা নদীৰ ওপৰত ১৩,০০০ কোটি টকাৰ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ অনুমোদন জনাইছিল।
*১৯৯০ চনৰ আজিৰ দিনটোত মহান ভাৰতীয় আধ্যাত্মিক নেতা মোৱেলভি মুহাম্মাদ ফাৰুকক হত্যা কৰা হৈছিল।
* ১৯৯৪ চনৰ আজিৰ দিনটোত ১৮ বছৰীয়া সুস্মিতা সেনক ৪৩ তম মিছ ইউনিভাৰ্ছ হিচাপে মুকুট পিন্ধোৱা হৈছিল।
* ১৯৯৬ চনৰ আজিৰ দিনটোত ভাৰতৰ একাদশ সাধাৰণ নিৰ্বাচন সমাপ্ত হৈছিল।
* ১৯৯৮ চনৰ আজিৰ দিনটোত ভাৰতে পাৰমাণৱিক প
ৰীক্ষাৰ ওপৰত স্থগিতাদেশ ঘোষণা কৰিছিল।
What's Your Reaction?






