ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীয়ে জাৰি কৰিছে নিৰ্দেশনা

May 1, 2025 - 11:51
May 2, 2025 - 22:01
 0  64
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীয়ে জাৰি কৰিছে নিৰ্দেশনা

বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ' , মৰিগাঁও, নগাঁও আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বতাহ - বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে আই এম ডি, গুৱাহাটীৰ লগতে প্ৰশাসনেও উক্ত অঞ্চলৰ লোকসকলক সাবধানে থাকিবলৈ আৰু বিনাকাৰণত অনাই বনাই ঘূৰি নাথাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist