আইএমডি গুৱাহাটীয়ে (ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটী) জাৰি কৰিছে নিৰ্দেশনা
কামৰূপ আৰু কামৰূপ মেট্ৰ'পলিটানৰ বিভিন্ন স্থানত বতাহৰ সৈতে বজ্ৰপাত আৰু পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে বজ্ৰপাতৰ পূৰ্বানুমান জাৰি কৰিছে। উল্লেখ্য যে যোৱা কেইদিন মান ধৰি গুৱাহাটীকে ধৰি অসমৰ বিভন্ন অঞ্চলত বতাহ আৰু ধুমুহা সঘনাই অহা পৰিলক্ষিত হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীয়ে আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাক বতাহ-বৰষুণ আৰু বজ্ৰপাতৰ তীব্ৰ সম্ভাৱনা আছে বুলি সকিয়াই দিছে।
What's Your Reaction?