আজি ২৮ জুনৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য
গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ ৰূপৰ মূল্য হ্রাস আৰু বৃদ্ধি অব্যাহত আছে । গুৱাহাটীতসোণ-ৰূপৰ মূল্য কালিৰ তুলনাত হ্ৰাস হোৱা দেখা গৈছে । আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৩০ টকা আৰু প্ৰতি ১০ গ্ৰামত ৮৯,৩০০ টকা ।২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৭৪২ টকা আৰু প্ৰতি ১০ গ্ৰামত ৯,৭৪২০ টকা , ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৭,৩০৭ টকা আৰু ১০ গ্ৰামত ৭,৩০৭০ টকা ।
অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১০৭.৮০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৭,৮০০ টকা ।
What's Your Reaction?