আজিৰ দিনতোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

Apr 27, 2025 - 11:59
Apr 28, 2025 - 20:01
 0  47
আজিৰ দিনতোত গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য

গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চহৰত সোণ আৰু ৰূপৰ মূল্যৰ বৃদ্ধি হ্রাস অব্যাহত আছে।

          আজি গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯১৮০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯৬৩৯ টকা। অন্যহাতে গুৱাহাটীত ৰূপৰ মূল্য ১ গ্ৰামত ১০১.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০১,৯০০ টকা।       

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist